2025 অন্নপ্ৰাশন মুহুৰ্ত ৰপৰা জানক এই বৰ্ষত ইয়াৰ তাৰিখ আৰু সময়

Author: Vijay Pathak | Last Updated: Sun 1 Sep 2024 10:53:08 AM

সনাতন ধৰ্মত অন্নপ্ৰাশন সংস্কাৰক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। 2025 অন্নপ্ৰাশন মুহুৰ্তপ্ৰৱন্ধৰ জৰিয়তে আমি আপোনাক জনাব বিচাৰিছোঁ যে ব্যক্তিৰ জীৱনত সৰ্বমুঠ 16 টা সংস্কাৰ কৰা হয় আৰু এই সংস্কাৰবোৰৰ ভিতৰত এটা অন্যতম হৈছে অন্নপ্ৰাশন সংস্কাৰ। এষ্ট্ৰোকেম্পৰ এই লেখাটোত আপোনাক বৰ্ষ 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্তৰ সম্পূৰ্ণ সূচী প্ৰদান কৰিব যাৰ জৰিয়তে আপুনি এই কথা জানিব পাৰিব যে নতুন বৰ্ষটোত কোন সময় আৰু মুহুৰ্ত আটাইতকৈ শুভ হ’ব অন্নপ্ৰাশন সংস্কাৰ কৰিবৰ বাবে। তেনেহ’লে আহক পলম নকৰি আগবাঢ়ি গৈ আৰম্ভ কৰোঁ এই লেখাটোৰ আৰু অন্নপ্ৰাশন মুহুৰ্ত সম্পৰ্কে অৱগত হওঁ।


ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতি

Read in English: 2025 Annaprashan Muhurat

2025 বৰ্ষৰ অন্নপ্ৰাশন মুহুৰ্তৰ সম্পূৰ্ণ তালিকা

জানুৱাৰী 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 জানুৱাৰী 2025

বুধবাৰ

07:45-10:22,

 11:50-16:46,

 19:00-23:38

02 জানুৱাৰী 2025

বৃহস্পতিবাৰ

07:45-10:18,

 11:46-16:42,

 18:56-23:34

06 জানুৱাৰী 2025

সোমবাৰ

08:20-12:55

 14:30-21:01

08 জানুৱাৰী 2025

বুধবাৰ

16:18-18:33

13 জানুৱাৰী 2025

সোমবাৰ

20:33-22:51

15 জানুৱাৰী 2025

বুধবাৰ

07:46-12:20

30 জানুৱাৰী 2025

বৃহস্পতিবাৰ

17:06-22:34

31 জানুৱাৰী 2025

শুক্ৰবাৰ

07:41-09:52,

 11:17-17:02,

 19:23-23:56

ফেব্ৰুৱাৰী 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

07 ফেব্ৰুৱাৰী 2025

শুক্ৰবাৰ

07:37-07:57,

 09:24-14:20,

 16:35-23:29

10 ফেব্ৰুৱাৰী 2025

সোমবাৰ

07:38-09:13

 10:38-18:43

17 ফেব্ৰুৱাৰী 2025

সোমবাৰ

08:45-13:41

 15:55-22:49

26 ফেব্ৰুৱাৰী 2025

বুধবাৰ

08:10-13:05

মাৰ্চ 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

03 মাৰ্চ 2025

সোমবাৰ

21:54-24:10

06 মাৰ্চ 2025

বৃহস্পতিবাৰ

07:38-12:34

24 মাৰ্চ 2025

সোমবাৰ

06:51-09:28

 13:38-18:15

27 মাৰ্চ 2025

বৃহস্পতিবাৰ

07:41-13:26,

 15:46-22:39

31 মাৰ্চ 2025

সোমবাৰ

07:25-09:00,

10:56-15:31

আপোনাৰ সোঁৱৰণিত আছে নেকি শুভ যোগ? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহ কুণ্ডলী

এপ্ৰিল 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

02 এপ্ৰিল 2025

বুধবাৰ

13:02-19:56

10 এপ্ৰিল 2025

বৃহস্পতিবাৰ

14:51-17:09,

19:25-25:30

14 এপ্ৰিল 2025

সোমবাৰ

10:01-12:15,

 14:36-21:29

25 এপ্ৰিল 2025

মঙ্গলবাৰ

16:10-22:39

30 এপ্ৰিল 2025

দেওবাৰ

07:02-08:58,

 11:12-15:50

মে 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 মে’ 2025

বৃহস্পতিবাৰ

13:29-15:46

09 মে’ 2025

শুক্ৰবাৰ

19:50-22:09

14 মে’ 2025

বুধবাৰ

07:03-12:38

19 মে’ 2025

সোমবাৰ

19:11-23:34

28 মে’ 2025

বুধবাৰ

09:22-18:36,

 20:54-22:58

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

জুন 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

05 জুন 2025

বৃহস্পতিবাৰ

08:51-15:45,

 18:04-22:27

16 জুন 2025

মঙ্গলবাৰ

08:08-17:21

20 জুন 2025

শনিবাৰ

12:29-19:24

23 জুন 2025

মঙ্গলবাৰ

16:53-22:39

26 জুন 2025

শুক্ৰবাৰ

14:22-16:42,

 19:00-22:46

27 জুন 2025

শনিবাৰ

07:24-09:45,

 12:02-18:56,

 21:00-22:43

জুলাই 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

02 জুলাই 2025

বুধবাৰ

07:05-13:59

04 জুলাই 2025

শুক্ৰবাৰ

18:29-22:15

17 জুলাই 2025

বৃহস্পতিবাৰ

10:43-17:38

31 জুলাই 2025

বৃহস্পতিবাৰ

07:31-14:24

 16:43-21:56

আগষ্ট 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

04 আগষ্ট 2025

সোমবাৰ

09:33-11:49

11 আগষ্ট 2025

সোমবাৰ

06:48-13:41

13 আগষ্ট 2025

বুধবাৰ

08:57-15:52,

 17:56-22:30

20 আগষ্ট 2025

বুধবাৰ

15:24-22:03

21 আগষ্ট 2025

বৃহস্পতিবাৰ

08:26-15:20

25 আগষ্ট 2025

সোমবাৰ

06:26-08:10,

 12:46-18:51,

 20:18-23:18

27 আগষ্ট 2025

বুধবাৰ

17:00-18:43,

 21:35-23:10

28 আগষ্ট 2025

বৃহস্পতিবাৰ

06:28-12:34,

 14:53-18:39

সন্তানৰ কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

ছেপ্তেম্বৰ 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

05 ছেপ্তেম্বৰ 2025

শুক্ৰবাৰ

07:27-09:43,

12:03-18:07,

19:35-22:35

24 ছেপ্তেম্বৰ 2025

বুধবাৰ

06:41-10:48,

13:06-18:20,

19:45-23:16

অক্টোবৰ 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 অক্টোবৰ 2025

বুধবাৰ

20:53-22:48

02 অক্টোবৰ 2025

বৃহস্পতিবাৰ

07:42-07:57,

 10:16-16:21,

 17:49-20:49

08 অক্টোবৰ 2025

বুধবাৰ

07:33-14:15,

 15:58-20:25

10 অক্টোবৰ 2025

শুক্ৰবাৰ

20:17-22:13

22 অক্টোবৰ 2025

বুধবাৰ

21:26-23:40

24 অক্টোবৰ 2025

শুক্ৰবাৰ

07:10-11:08,

 13:12-17:47,

 19:22-23:33

29 অক্টোবৰ 2025

বুধবাৰ

08:30-10:49

31 অক্টোবৰ 2025

শুক্ৰবাৰ

10:41-15:55

 17:20-22:14

নৱেম্বৰ 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

03 নৱেম্বৰ 2025

সোমবাৰ

07:06-10:29,

 12:33-17:08,

 18:43-22:53

07 নৱেম্বৰ 2025

শুক্ৰবাৰ

07:55-14:00,

 15:27-20:23

17 নৱেম্বৰ 2025

সোমবাৰ

07:16-13:20,

 14:48-21:58

27 নৱেম্বৰ 2025

বৃহস্পতিবাৰ

07:24-12:41,

 14:08-21:19

ডিচেম্বৰ 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

04 ডিচেম্বৰ 2025

বৃহস্পতিবাৰ

20:51-23:12

08 ডিচেম্বৰ 2025

সোমবাৰ

18:21-22:56

17 ডিচেম্বৰ 2025

বুধবাৰ

17:46-22:21

22 ডিচেম্বৰ 2025

সোমবাৰ

07:41-09:20,

 12:30-17:26,

 19:41-24:05

24 ডিচেম্বৰ 2025

বুধবাৰ

13:47-17:18,

 19:33-24:06

25 ডিচেম্বৰ 2025

বৃহস্পতিবাৰ

07:43-12:18,

 13:43-15:19

29 ডিচেম্বৰ 2025

সোমবাৰ

12:03-15:03,

 16:58-23:51

हिंदी में पढ़ने के लिए यहां क्लिक करें: 2025 अन्नप्राशन मुहूर्त

অন্নপ্ৰাশন সংস্কাৰৰ অৰ্থ আৰু মহত্ব

2025 অন্নপ্ৰাশন মুহুৰ্ত প্ৰৱন্ধৰ জৰিয়তে এই কথা আমি আপোনাক ইতিমধ্য়ে অৱগত কৰিছোঁ যে অন্নপ্ৰাশন সংস্কাৰ হৈছে সনাতন ধৰ্মৰ এক মুখ্য সংস্কাৰ। এই সংস্কাৰ শিশুৰ পিতৃ-মাতৃৰ লগতে সম্পূৰ্ণ পৰিয়ালৰ বাবে এক শুভ অনুষ্ঠান। শিশুৰ জন্মৰপৰা শিশুৰ প্ৰথম খোজ, প্ৰথম হাঁহি আৰু শিশুটিৰ মুখৰপৰা ওলোৱা প্ৰথমটো শব্দ হৈছে পিতৃ-মাতৃৰ বাবে আটাইতকৈ আনন্দৰ ক্ষণ। সেইদৰে, অন্নপ্ৰাশন সংস্কাৰত শিশুৱে প্ৰথমবাৰ গোটা আহাৰ গ্ৰহণ কৰে। 

এটি শিশুৱে নিজৰ জীৱনৰ আৰম্ভণিৰ 6 মাহ মাতৃদুগ্ধৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে তাৰ বা তাইৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ভোজন কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। 2025 অন্নপ্ৰাশন মুহুৰ্ত প্ৰৱন্ধ অনুসৰি এনে পৰিস্থিতিত, ছমাহ হোৱাৰ পিছত শিশুটিক গোটা আহাৰ খুওৱা আৰম্ভ কৰাটোকেই অন্নপ্ৰাশন সংস্কাৰ হিচাপে জনা যায়। অন্নপ্ৰাশন সংস্কাৰ পিতৃ-মাতৃয়ে নিজৰ ঘৰত, কোনো ধৰ্মীয় স্থানত বা মন্দিৰত আয়োজন কৰিব পাৰে।

অন্নপ্ৰাশন সংস্কাৰ কেতিয়া কৰিব?

2025 অন্নপ্ৰাশন মুহুৰ্ত অনুসৰি, ধৰ্ম গ্ৰন্থসমূহত কোৱা হৈছে যে বালকৰ অন্নপ্ৰাশন সংস্কাৰ সদায় ছমাহ, আঠমাহ আৰু দহ মাহত কৰিব লাগে আনহাতে বালিকাৰ অন্নপ্ৰাশন সংস্কাৰ সপ্তম, নৱম আৰু এঘাৰ আদি বিষম মাহত কৰিব লাগে।

নক্ষত্ৰৰ ক্ষেত্ৰত দেখা যায় যে ৰোহিণী, শ্ৰাৱণ, ধনিষ্ঠা, চিত্ৰা, শতভিষা, উত্তৰভাদ্ৰপদ, উত্তৰ ফাল্গুনী, হস্ত, অশ্বিনী, ৰেৱতী আদ্ৰা, পুনৰ্বসু, পুষ্য, উত্তৰষাড়া, অনুৰাধা আৰু স্বাতি নক্ষত্ৰক অন্নপ্ৰাশন সংস্কাৰৰ বাবে শুভ হিচাপে গণ্য কৰা হয়। আনহাতে, সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰক বাৰৰ ক্ষেত্ৰত শুভ হিচাপে গণ্য কৰা হয়।

অন্নপ্ৰাশন সংস্কাৰৰ সময়ত এই কথাকেইটাৰ প্ৰতি ৰাখক মনোযোগ

  • 2025 অন্নপ্ৰাশন মুহুৰ্ত অনুসৰি, শিশুটিক তেওঁৰ পছন্দৰ ভোজন খুৱাওক। সম্ভৱ হ’লে এনে খাদ্যৰ বাছনি কৰক যি খাদ্য শিশুটিয়ে কোনো অসুবিধা নোহোৱাকৈ খাব পাৰে।
  • এই সংস্কাৰ সম্পন্ন কৰাৰ সময়ত চাফ-চিকুণতাৰ প্ৰতি বিশেষভাৱে মনোযোগ ৰাখক, অন্যথা ভোজন দূষিত হোৱাৰ ফলস্বৰূপে শিশুৰ স্বাস্থ্য প্ৰভাৱিত হ’ব পাৰে কাৰণ শিশুৰ ৰোগ প্ৰতিৰোধক ক্ষমতা সাধাৰণতে দুৰ্বল হৈ থাকে বুলি 2025 অন্নপ্ৰাশন মুহুৰ্ত প্ৰৱন্ধই অৱগত কৰিছে।
  • শিশুৰ ভোজন প্ৰস্তুত কৰাৰ পূৰ্বে আৰু শিশুক ভোজন খুওৱাৰ পূৰ্বে হাত ভালদৰে ধুই লওক। 2025 অন্নপ্ৰাশন মুহুৰ্ত অনুসৰি অন্নপ্ৰাশনৰ পূৰ্বে শিশুটিয়ে ভালদৰে শুই লোৱাটো বেছি ভাল যাতে শিশুটি কেঁচা টোপনিত বা ভাগৰুৱা হৈ নাথাকে।

 সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেকুৱা ধৰণৰ আৰু অধিক প্ৰৱন্ধৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ

সঘনাই সোধা প্ৰশ্ন

1. 2025 অন্নপ্ৰাশন মুহুৰ্ত অনুসৰি 2025 বৰ্ষৰ জানুৱাৰী মাহৰ কোনকেইটা তাৰিখ অন্নপ্ৰাশন সংস্কাৰৰ বাবে উপযুক্ত?

2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 1, 2, 6, 8, 13, 15, 30, 31 তাৰিখ নামকৰণ সংস্কাৰৰ বাবে উপযুক্ত।

2. ব্যক্তিৰ জীৱনত মুঠ কেইটা সংস্কাৰ থাকে?

ব্যক্তিৰ জীৱনত মুঠ 16 টা সংস্কাৰ থাকে।

3. পুত্ৰ সন্তানৰ অন্নপ্ৰাশন সংস্কাৰ কিমান বয়সত কৰিব লাগে?

পুত্ৰ সন্তানৰ অন্নপ্ৰাশন সংস্কাৰ সদায় ছমাহ, আঠমাহ আৰু দহ মাহত কৰিব লাগে।

4. কন্যা সন্তানৰ অন্নপ্ৰাশন সংস্কাৰ কিমান বয়সত কৰিব লাগে?

কন্যা সন্তানৰ অন্নপ্ৰাশন সংস্কাৰ সদায় সাতমাহ, ন মাহ আৰু এঘাৰ মাহত কৰিব লাগে।

More from the section: Horoscope