2025 কৰ্ণবেধ মুহুৰ্ত ৰপৰা জানক এই বৰ্ষত ইয়াৰ তাৰিখ আৰু সময়

Author: Vijay Pathak | Last Updated: Sun 1 Sep 2024 10:57:57 AM

এষ্ট্ৰোকেম্পৰ “2025 কৰ্ণবেধ মুহুৰ্ত” প্ৰৱন্ধটোত আপোনাক নতুন বৰ্ষ অৰ্থাৎ বৰ্ষ 2025 ৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত প্ৰদান কৰা হ’ব। সনাতন ধৰ্মত কৰিবলগীয়া 16 টা সংস্কাৰৰ ভিতৰৰ প্ৰত্যেকটো সংস্কাৰকেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয় আৰু কৰ্ণবেধ সংস্কাৰো এইবোৰৰ ভিতৰৰে এটা। আপোনাক জনাব বিচাৰোঁ যে যেতিয়া শিশু এটা 6 মহীয়া হয়, তেতিয়া অন্নপ্ৰাশনৰপৰা আৰম্ভ কৰি কৰ্ণবেধলৈকে বিভিন্ন সংস্কাৰ সম্পন্ন কৰা হয়। হিন্দু ধৰ্মৰ 16 টা সংস্কাৰৰ ভিতৰৰ কৰ্ণবেধন সংস্কাৰটো হৈছে নৱম সংস্কাৰ। আমি এই লেখাটোত বিশেষভাৱে আমাৰ সেই পাঠকসকলৰ বাবে প্ৰস্তুত কৰি তুলিছোঁ যিসকলে বৰ্ষ 2025 ত নিজৰ সন্তানৰ কৰ্ণবেধ সংস্কাৰ কৰিব বিচাৰে আৰু ইয়াৰ বাবে শুভ মুহুৰ্তৰ সন্ধান কৰি আছে, তেনেহ’লে আহক 2025 কৰ্ণবেধ মুহুৰ্ত মাধ্যমেৰে নতুন বৰ্ষত পৰিবলগীয়া সকলোবোৰ শুভ তিথি সম্পৰ্কে তথ্য প্ৰাপ্ত কৰোঁ। তেনেহ’লে আহক এই লেখাটোৰ আৰম্ভণি কৰোঁ। 


हिंदी में पढ़ने के लिए यहां क्लिक करें: 2025 कर्णवेध मुहूर्त

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

Read in English: 2025 Karnavedha Muhurat

2025 বৰ্ষৰ কৰ্ণবেধ মুহুৰ্তৰ সম্পূৰ্ণ তালিকা

2025 কৰ্ণবেধ মুহুৰ্ত প্ৰৱন্ধতআমি আপোনাক অৱগত কৰিম বৰ্ষ 2025 ত পৰিবলগীয়া কৰ্মবেধ সংস্কাৰৰ শুভ তিথি আৰু মুহুৰ্তসমূহ। 

জানুৱাৰী 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

02 জানুৱাৰী 2025

বৃহস্পতিবাৰ

07:45-10:18,

 11:46-16:42

08 জানুৱাৰী 2025

বুধবাৰ

16:18-18:33

11 জানুৱাৰী 2025

শনিবাৰ

14:11-16:06

15 জানুৱাৰী 2025

বুধবাৰ

07:46-12:20

20 জানুৱাৰী 2025

সোমবাৰ

07:45-09:08

30 জানুৱাৰী 2025

বৃহস্পতিবাৰ

07:45-08:28,

 09:56-14:52,

 17:06-19:03

ফেব্ৰুৱাৰী 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

08 ফেব্ৰুৱাৰী 2025

শনিবাৰ

07:36-09:20

10 ফেব্ৰুৱাৰী 2025

সোমবাৰ

07:38-09:13,

 10:38-18:30

17 ফেব্ৰুৱাৰী 2025

সোমবাৰ

08:45-13:41,

 15:55-18:16

20 ফেব্ৰুৱাৰী 2025

বৃহস্পতিবাৰ

15:44-18:04

21 ফেব্ৰুৱাৰী 2025

শুক্ৰবাৰ 

07:25-09:54,

 11:29-13:25

26 ফেব্ৰুৱাৰী 2025

বুধবাৰ

08:10-13:05

মাৰ্চ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

02 মাৰ্চ 2025

দেওবাৰ

10:54-17:25

15 মাৰ্চ 2025

শনিবাৰ

10:03-11:59,

 14:13-18:51

16 মাৰ্চ 2025

দেওবাৰ

07:01-11:55,

 14:09-18:47

20 মাৰ্চ 2025

বৃহস্পতিবাৰ

06:56-08:08,

 09:43-16:14

26 মাৰ্চ 2025

বুধবাৰ

07:45-11:15,

 13:30-18:08

30 মাৰ্চ 2025

দেওবাৰ

09:04-15:35

31 মাৰ্চ 2025

সোমবাৰ

07:25-09:00,

 10:56-15:31

আপোনাৰ সোঁৱৰণিত আছে নে ৰাজযোগ? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহ কুণ্ডলী

এপ্ৰিল 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

03 এপ্ৰিল 2025

বৃহস্পতিবাৰ

07:32-10:44,

12:58-18:28

05 এপ্ৰিল 2025

শনিবাৰ

08:40-12:51

 15:11-19:45

13 এপ্ৰিল 2025

দেওবাৰ

07:02-12:19,

 14:40-19:13

21 এপ্ৰিল 2025

সোমবাৰ

14:08-18:42

26 এপ্ৰিল 2025

শনিবাৰ

07:18-09:13

মে’ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

01 মে’ 2025

বৃহস্পতিবাৰ

13:29-15:46

02 মে’ 2025

শুক্ৰবাৰ 

15:42-20:18

03 মে’ 2025

শনিবাৰ

07:06-13:21

 15:38-19:59

04 মে’ 2025

দেওবাৰ

06:46-08:42

09 মে’ 2025

শুক্ৰবাৰ 

06:27-08:22

 10:37-17:31

10 মে’ 2025

শনিবাৰ

06:23-08:18,

 10:33-19:46

14 মে’ 2025

বুধবাৰ

07:03-12:38

23 মে’ 2025

শুক্ৰবাৰ 

16:36-18:55

24 মে’ 2025

শনিবাৰ

07:23-11:58

 14:16-18:51

25 মে’ 2025

দেওবাৰ

07:19-11:54

28 মে’ 2025

বুধবাৰ

09:22-18:36

31 মে’ 2025

শনিবাৰ

06:56-11:31,

 13:48-18:24

জুন 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

05 জুন 2025

বৃহস্পতিবাৰ

08:51-15:45

06 জুন 2025

শুক্ৰবাৰ 

08:47-15:41

07 জুন 2025

শনিবাৰ

06:28-08:43

15 জুন 2025

দেওবাৰ

17:25-19:44

16 জুন 2025

সোমবাৰ

08:08-17:21

20 জুন 2025

শুক্ৰবাৰ 

12:29-19:24

21 জুন 2025

শনিবাৰ

10:08-12:26,

 14:42-18:25

26 জুন 2025

বৃহস্পতিবাৰ

09:49-16:42

27 জুন 2025

শুক্ৰবাৰ 

07:24-09:45,

 12:02-18:56

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

জুলাই 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

02 জুলাই 2025

বুধবাৰ

11:42-13:59

03 জুলাই 2025

বৃহস্পতিবাৰ

07:01-13:55

07 জুলাই 2025

সোমবাৰ

06:45-09:05,

 11:23-18:17

12 জুলাই 2025

শনিবাৰ

07:06-13:19,

 15:39-20:01

13 জুলাই 2025

দেওবাৰ

07:22-13:15

17 জুলাই 2025

বৃহস্পতিবাৰ

10:43-17:38

18 জুলাই 2025

শুক্ৰবাৰ 

07:17-10:39,

 12:56-17:34

25 জুলাই 2025

শুক্ৰবাৰ 

06:09-07:55,

 10:12-17:06

30 জুলাই 2025

বুধবাৰ

07:35-12:09,

 14:28-18:51

31 জুলাই 2025

বৃহস্পতিবাৰ

07:31-14:24,

 16:43-18:47

আগষ্ট 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

03 আগষ্ট 2025

দেওবাৰ

11:53-16:31

04 আগষ্ট 2025

সোমবাৰ

09:33-11:49

09 আগষ্ট 2025

শনিবাৰ

06:56-11:29,

 13:49-18:11

10 আগষ্ট 2025

দেওবাৰ

06:52-13:45

13 আগষ্ট 2025

বুধবাৰ

11:13-15:52,

 17:56-19:38

14 আগষ্ট 2025

বৃহস্পতিবাৰ

08:53-17:52

20 আগষ্ট 2025

বুধবাৰ

06:24-13:05,

 15:24-18:43

21 আগষ্ট 2025

বৃহস্পতিবাৰ

08:26-15:20

27 আগষ্ট 2025

বুধবাৰ

17:00-18:43

28 আগষ্ট 2025

বৃহস্পতিবাৰ

06:28-10:14

30 আগষ্ট 2025

শনিবাৰ

16:49-18:31

31 আগষ্ট 2025

দেওবাৰ

16:45-18:27

সন্তানৰ কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

ছেপ্তেম্বৰ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

05 ছেপ্তেম্বৰ 2025

শুক্ৰবাৰ 

07:27-09:43,

 12:03-18:07

22 ছেপ্তেম্বৰ 2025

সোমবাৰ

13:14-17:01

24 ছেপ্তেম্বৰ 2025

বুধবাৰ

06:41-10:48,

 13:06-16:53

27 ছেপ্তেম্বৰ 2025

শনিবাৰ

07:36-12:55,

 14:59-18:08

অক্টোবৰ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

02 অক্টোবৰ 2025

বৃহস্পতিবাৰ

10:16-16:21

 17:49-19:14

04 অক্টোবৰ 2025

শনিবাৰ

06:47-10:09

08 অক্টোবৰ 2025

বুধবাৰ

07:33-14:15

 15:58-18:50

11 অক্টোবৰ 2025

শনিবাৰ

17:13-18:38

12 अक्टूबर 2025

দেওবাৰ

07:18-09:37,

 11:56-15:42

13 অক্টোবৰ 2025

সোমবাৰ

13:56-17:05

24 অক্টোবৰ 2025

শুক্ৰবাৰ 

07:10-11:08,

 13:12-17:47

30 অক্টোবৰ 2025

বৃহস্পতিবাৰ

08:26-10:45

31 অক্টোবৰ 2025

শুক্ৰবাৰ 

10:41-15:55,

 17:20-18:55

নৱেম্বৰ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

03 নৱেম্বৰ 2025

সোমবাৰ

15:43-17:08

10 নৱেম্বৰ 2025

সোমবাৰ

10:02-16:40

16 নৱেম্বৰ 2025

দেওবাৰ

07:19-13:24,

14:52-19:47

17 নৱেম্বৰ 2025

সোমবাৰ

07:16-13:20

 14:48-18:28

20 নৱেম্বৰ 2025

বৃহস্পতিবাৰ

13:09-16:01,

 17:36-19:32

21 নৱেম্বৰ 2025

শুক্ৰবাৰ 

07:20-09:18,

 11:22-14:32

26 নৱেম্বৰ 2025

বুধবাৰ

07:24-12:45,

 14:12-19:08

27 নৱেম্বৰ 2025

বৃহস্পতিবাৰ

07:24-12:41,

 14:08-19:04

ডিচেম্বৰ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ শুভ তিথিসমূহ 

তাৰিখ

বাৰ 

মুহুৰ্ত

01 ডিচেম্বৰ 2025

সোমবাৰ

07:28-08:39

05 ডিচেম্বৰ 2025

শুক্ৰবাৰ 

13:37-18:33

06 ডিচেম্বৰ 2025

শনিবাৰ

08:19-10:23

07 ডিচেম্বৰ 2025

দেওবাৰ

08:15-10:19

15 ডিচেম্বৰ 2025

সোমবাৰ

07:44-12:58

17 ডিচেম্বৰ 2025

বুধবাৰ

17:46-20:00

24 ডিচেম্বৰ 2025

বুধবাৰ

13:47-17:18

25 ডিচেম্বৰ 2025

বৃহস্পতিবাৰ

07:43-09:09

28 ডিচেম্বৰ 2025

দেওবাৰ

10:39-13:32

29 ডিচেম্বৰ 2025

সোমবাৰ

12:03-15:03,

 16:58-19:13

কৰ্ণবেধ সংস্কাৰ কি?

2025 কৰ্ণবেধ মুহুৰ্ত প্ৰৱন্ধত অনুসৰি কৰ্ণবেধ সংস্কাৰ হিন্দু ধৰ্ম ধৰ্মৰ সংস্কাৰৰ ভিতৰত নৱম স্থানত আছে যাক সকলোবোৰ সংস্কাৰৰ ভিতৰত সৰ্বাধিক প্ৰমুখ্য হিচাপে গণ্য কৰা হয়। যদিহে আমি ইয়াৰ অৰ্থৰ বিষয়ে আলোচনা কৰোঁ তেনেহ’লে ক’ব পাৰি যে কৰ্ণ ছেদন বা কৰ্ণবেধৰ অৰ্থ হৈছে কাণৰ ফুটা কৰোৱা। শিশুৰ কাণ ফুটোৱাৰ পিছত শিশুক ৰূপ বা সোণৰ পাতল তাঁৰৰ দৰে কাণফুলি পিন্ধোৱা হয়। কৰ্ণবেধ সংস্কাৰৰ সম্পৰ্কত মান্যতা আছে যে কৰ্ণবেধ সংস্কাৰ কৰাৰ ফলত শিশুৰ শ্ৰৱণ ক্ষমতা বৃদ্ধি হয়। লগতে, শিশুৰ জীৱনৰপৰা নেতিবাচকতাও দূৰ হয়।

ধৰ্মগ্ৰন্থত কোৱা হয় যে যি মানুহৰ কৰ্ণবেধ সংস্কাৰ হোৱা নাই, তেওঁ নিজৰ সম্পৰ্কীয় লোকৰ অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিব নোৱাৰে। কিন্তু, আপোনাক জনাব বিচাৰিছোঁ যে এই ধৰণৰ নিয়মসমূহ বৰ্তমান যুগত পালন কৰা নহয়।

अन्नप्राशन संस्कार के शुभ मुहूर्त जानने के लिए क्लिक करें: 2025 अन्नप्राशन मुहूर्त

কেতিয়া কৰিব কৰ্ণবেধ সংস্কাৰ?

2025 কৰ্ণবেধ মুহুৰ্ত অনুসৰি, যদিহে কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ কৰ্ণবেধ সংস্কাৰ সম্পন্ন কৰিব বিচাৰে, তেনেহ’লে আপুনি সন্তানৰ জন্মৰ পিছৰ দহ, বাৰ বা ষোল্ল দিনৰ দিনা কৰ্ণবেধ সংস্কাৰ কৰিব পাৰে। এই সংস্কাৰক কৰ্ণছেদন নামেৰে জনা যায়। যদিহে সেই সময়খিনিত আপুনি নিজৰ সন্তানৰ কৰ্ণবেধ সংস্কাৰ কৰিব নোৱাৰে তেনেহ’লে আপুনি এই সংস্কাৰ সন্তানৰ জন্মৰপৰা ষষ্ঠ, সপ্তম বা অষ্টম মাহত কৰিব পাৰে।

অৱশ্যে, ইয়াৰ বাহিৰেও পিতৃমাতৃয়ে নিজৰ সন্তানৰ কৰ্ণবেধ সংস্কাৰ সন্তানটিৰ বিষম আয়ু অৰ্থাৎ 3 বছৰ বা 5 বছৰ বয়সতো কৰিব পাৰে। পৰিৱৰ্তিত পৃথিৱীৰ লগে লগে ষোল্ল সংস্কাৰৰ নিয়মবোৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন দেখা পোৱা গৈছে আৰু তেনেদৰেই এতিয়া কৰ্ণবেধ সংস্কাৰো মুণ্ডন বা উপনয়ন সংস্কাৰৰ সৈতে একেলগে সম্পন্ন কৰা হয়।

কৰ্ণবেধ সংস্কাৰৰ সময়ত মনোযোগ ৰাখক এই কথাকেইটাৰ প্ৰতি

  • 2025 কৰ্ণবেধ মুহুৰ্ত অনুসৰি,যেতিয়া সূৰ্য্য ধনু আৰু মীন ৰাশিত পৰিৱহন কৰে তেতিয়া সেই সময়খিনিক বাদ দি সকলোবোৰ মাহক কৰ্ণবেধ সংস্কাৰৰ বাবে শুভ হিচাপে গণ্য কৰা হয়।
  • কৰ্ণবেধৰ বাবে চাতুৰ্মাহৰ বাহিৰে প্ৰত্যেক চন্দ্ৰ মাহক শুভ হিচাপে গণ্য কাৰ হয় কাৰণ চাতুৰ্মাহত কোনো মাংগলিক কাৰ্য্য কৰা নহয়।
  • 27 নক্ষত্ৰৰ ভিতৰত অশ্বিনী, ধনিষ্ঠা, পুষ্য, হস্ত, পুনৰ্বসু, শ্ৰাৱণ, মৃগশিৰা, চিত্ৰা, অনুৰাধা, ৰেৱতী আদি নক্ষত্ৰক কৰ্ণবেধ সংস্কাৰৰ বাবে শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয় আৰু এই সংস্কাৰৰ বাবে অভিজীত নক্ষত্ৰক সৰ্বশ্ৰেষ্ঠ হিচাপে বিবেচিত হয়।
  • হিন্দু মাহৰ ভিতৰত শুক্ল আৰু কৃষ্ণ পক্ষৰ ৰিক্ত তিথি(চতুৰ্থী, নৱমী আৰু চতুৰ্দশী তিথি)সমূহৰ বাহিৰে সকলো তিথিক শুভ হিচাপে গণ্য কৰা হয়।
  • সপ্তাহত দিনকেইটাৰ ভিতৰত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰক কৰ্ণবেধৰ বাবে অনুকূল বুলি মনা হয়।
  • কৰ্ণবেধ সংস্কাৰ সেই সময়ত কৰিব লাগে যেতিয়া লগ্ন ৰাশিৰ স্বামী বৃহস্পতি মহাৰাজ বা শুক্ৰ দেৱতা হয় অৰ্থাৎ কৰ্ণবেধ সংস্কাৰৰ বাবে বৃষ, তুলা, ধনু আৰু মীন লগ্নক অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়।
  • শিশুৰ কৰ্ণবেধ সংস্কাৰৰ বাবে সঠিকভাৱে চন্দ্ৰ আৰু তৰাৰ শুদ্ধি কৰিব লাগে।
  • শিশুৰ জন্ম মাহ আৰু নক্ষত্ৰত কৰ্ণবেধ সংস্কাৰ কৰাটো পৰিহাৰ কৰিব লাগে। অৱশ্যে, এই সংস্কাৰক অপৰাহ্ন কালৰ পূৰ্বেই সম্পূৰ্ণ কৰিব লাগে। 

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেকুৱা ধৰণৰ আৰু অধিক প্ৰৱন্ধৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ

সঘনাই সোধা প্ৰশ্ন:

1. 2025 বৰ্ষৰ জানুৱাৰী মাহৰ কোনকেইটা তাৰিখ কৰ্ণবেধ সংস্কাৰৰ বাবে উপযুক্ত?

2025 বৰ্ষৰ 2, 8, 11, 15, 20, 30 জানুৱাৰী তাৰিখ কৰ্ণবেধ সংস্কাৰৰ বাবে উপযুক্ত।

2. কৰ্ণবেধ সংস্কাৰৰ বাবে কোনখিনি সময়ক শুভ হিচাপে গণ্য কৰা নহয়?

যেতিয়া সূৰ্য্য ধনু আৰু মীন ৰাশিত পৰিৱহন কৰে তেতিয়া সেই সময়খিনিক কৰ্ণবেধ সংস্কাৰৰ বাবে শুভ হিচাপে গণ্য কৰা নহয়।

3. কৰ্ণবেধ সংস্কাৰৰ বাবে কোন নক্ষত্ৰক সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়?

কৰ্ণবেধ সংস্কাৰৰ বাবে অভিজীত নক্ষত্ৰক সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়।

4. কৰ্ণবেধ সংস্কাৰৰ বাবে কোনকেইটা বাৰ শুভ?

2025 কৰ্ণবেধ মুহুৰ্ত প্ৰৱন্ধ অনুসৰি কৰ্ণবেধ সংস্কাৰৰ বাবে সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰক শুভ বুলি গণ্য কৰা হয়।

More from the section: Horoscope