2025 উপনয়ন মুহুৰ্ত ৰপৰা জানক এই বৰ্ষৰ উপনয়ন সম্পৰ্কীয় তাৰিখ, সময়

Author: Vijay Pathak | Last Updated: Sun 1 Sep 2024 11:00:16 AM

এষ্ট্ৰোকেম্পৰ এই 2025 উপনয়ন মুহুৰ্ত লেখাটোৰ মাধ্যমেৰে আমি আপোনাক বৰ্ষ 2025 ৰ উপনয়ন সংস্কাৰৰ শুভ তিথিসমূহ আৰু মুহুৰ্তৰ তথ্য প্ৰদান কৰিম। উপনয়ন সংস্কাৰ হৈছে হিন্দু ধৰ্মৰ ষোল্লটা সংস্কাৰৰ ভিতৰৰ দশম সংস্কাৰ যাক লগুন দিয়নি সংস্কাৰ হিচাপেও জনা যায়। ইয়াক সকলো সংস্কাৰৰ ভিতৰত গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপেও গণ্য কৰা হয় কাৰণ উপনয়ন বা লগুন দিয়নি সংস্কাৰ কৰাৰ পিছত বালকে ধৰ্মীয় কাৰ্য্যত অংশগ্ৰহণ কৰিব পাৰে। আমাৰ এই লেখাটো বিশেষভাৱে সেইসকল লোকৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলে আগন্তুক বৰ্ষ অৰ্থাৎ বৰ্ষ 2025 ত নিজৰ সন্তানৰ উaপনয়ন সংস্কাৰ কৰোৱাৰ কথা ভাবিছে আৰু শুভ মুহুৰ্তৰ সন্ধানত আছে। ইয়াত আপোনাক বৰ্ষ 2025 ৰ উপনয়ন সংস্কাৰৰ বাবে শুভ তিথিসমূহৰ তথ্য প্ৰদান কৰা হ’ব। তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু আৰম্ভ কৰোঁ এই লেখাটোৰ। 


ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতি

Read in English: 2025 Upnayan Muhurat

2025 বৰ্ষৰ উপনয়ন মুহুৰ্তৰ সম্পূৰ্ণ তালিকা 

জানুৱাৰী 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 জানুৱাৰী 2025

বুধবাৰ

07:45-10:22,

11:50-16:46

02 জানুৱাৰী 2025

বৃহস্পতিবাৰ

07:45-10:18,

11:46-16:42

04 জানুৱাৰী 2025

শনিবাৰ

07:46-11:38,

13:03-18:48

08 জানুৱাৰী 2025

বুধবাৰ

16:18-18:33

11 জানুৱাৰী 2025

শনিবাৰ

07:46-09:43

15 জানুৱাৰী 2025

বুধবাৰ

07:46-12:20,

13:55-18:05

18 জানুৱাৰী 2025

শনিবাৰ

09:16-13:43,

15:39-18:56

19 জানুৱাৰী 2025

দেওবাৰ

07:45-09:12

30 জানুৱাৰী 2025

বৃহস্পতিবাৰ

17:06-19:03

31 জানুৱাৰী 2025

শুক্ৰবাৰ

07:41-09:52,

11:17-17:02

ফেব্ৰুৱাৰী 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 ফেব্ৰুৱাৰী 2025

শনিবাৰ

07:40-09:48,

11:13-12:48

02 ফেব্ৰুৱাৰী 2025

দেওবাৰ

12:44-19:15

07 ফেব্ৰুৱাৰী 2025

শুক্ৰবাৰ

07:37-07:57,

09:24-14:20,

16:35-18:55

08 ফেব্ৰুৱাৰী 2025

শনিবাৰ

07:36-09:20

09 ফেব্ৰুৱাৰী 2025

দেওবাৰ

07:35-09:17,

10:41-16:27

14 ফেব্ৰুৱাৰী 2025

শুক্ৰবাৰ

07:31-11:57,

13:53-18:28

17 ফেব্ৰুৱাৰী 2025

সোমবাৰ

08:45-13:41,

15:55-18:16

মাৰ্চ 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 মাৰ্চ 2025

শনিবাৰ

07:17-09:23,

10:58-17:29

02 মাৰ্চ 2025

দেওবাৰ

07:16-09:19,

10:54-17:25

14 মাৰ্চ 2025

শুক্ৰবাৰ

14:17-18:55

15 মাৰ্চ 2025

শনিবাৰ

07:03-11:59,

14:13-18:51

16 মাৰ্চ 2025

দেওবাৰ

07:01-11:55,

14:09-18:47

31 মাৰ্চ 2025

সোমবাৰ

07:25-09:00,

10:56-15:31

এপ্ৰিল 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

02 এপ্ৰিল 2025

বুধবাৰ

13:02-19:56

07 এপ্ৰিল 2025

সোমবাৰ

08:33-15:03,

17:20-18:48

09 এপ্ৰিল 2025

বুধবাৰ

12:35-17:13

13 এপ্ৰিল 2025

দেওবাৰ

07:02-12:19,

14:40-19:13

14 এপ্ৰিল 2025

সোমবাৰ

06:30-12:15,

14:36-19:09

18 এপ্ৰিল 2025

শুক্ৰবাৰ

09:45-16:37

30 এপ্ৰিল 2025

দেওবাৰ

07:02-08:58,

11:12-15:50

মে’ 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01মে’ 2025

বৃহস্পতিবাৰ

13:29-20:22

02 মে’ 2025

শুক্ৰবাৰ

06:54-11:04

07 মে’ 2025

বুধবাৰ

08:30-15:22,

17:39-18:46,

08 মে’ 2025

বৃহস্পতিবাৰ

13:01-17:35

09 মে’ 2025

শুক্ৰবাৰ

06:27-08:22,

10:37-17:31

14 মে’ 2025

বুধবাৰ

07:03-12:38

17 মে’ 2025

শনিবাৰ

07:51-14:43,

16:59-18:09

28 মে’ 2025

বুধবাৰ

09:22-18:36

29 মে’ 2025

বৃহস্পতিবাৰ

07:04-09:18,

11:39-18:32

31 মে’ 2025

শনিবাৰ

06:56-11:31,

13:48-18:24

আপোনাৰ সোঁৱৰণিত আছে নে ৰাজযোগ? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহ কুণ্ডলী

জুন 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

05 জুন 2025

বৃহস্পতিবাৰ

08:51-15:45

06 জুন 2025

শুক্ৰবাৰ

08:47-15:41

07 জুন 2025

শনিবাৰ

06:28-08:43,

11:03-17:56

08 জুন 2025

দেওবাৰ

06:24-08:39

12 জুন 2025

বৃহস্পতিবাৰ

06:09-13:01,

15:17-19:55

13 জুন 2025

শুক্ৰবাৰ

06:05-12:57,

15:13-17:33

15 জুন 2025

সোমবাৰ

17:25-19:44

16 জুন 2025

মঙ্গলবাৰ

08:08-17:21

26 জুন 2025

বৃহস্পতিবাৰ

14:22-16:42

27 জুন 2025

শুক্ৰবাৰ

07:24-09:45,

12:02-18:56

28 জুন 2025

শনিবাৰ

07:20-09:41

30 জুন 2025

সোমবাৰ

09:33-11:50

জুলাই 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

05 জুলাই 2025

শনিবাৰ

09:13-16:06

07 জুলাই 2025

সোমবাৰ

06:45-09:05,

11:23-18:17

11 জুলাই 2025

শুক্ৰবাৰ

06:29-11:07,

15:43-20:05

12 জুলাই 2025

শনিবাৰ

07:06-13:19,

15:39-20:01

26 জুলাই 2025

শনিবাৰ

06:10-07:51,

10:08-17:02

27 জুলাই 2025

দেওবাৰ

16:58-19:02

আগষ্ট 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

03 আগষ্ট 2025

দেওবাৰ

11:53-16:31

04 আগষ্ট 2025

সোমবাৰ

09:33-11:49

06 আগষ্ট 2025

বুধবাৰ

07:07-09:25,

11:41-16:19

09 আগষ্ট 2025

শনিবাৰ

16:07-18:11

10 আগষ্ট 2025

দেওবাৰ

06:52-13:45,

16:03-18:07

11 আগষ্ট 2025

সোমবাৰ

06:48-11:21

13 আগষ্ট 2025

বুধবাৰ

08:57-15:52,

17:56-19:38

24 আগষ্ট 2025

দেওবাৰ

12:50-17:12

25 আগষ্ট 2025

সোমবাৰ

06:26-08:10,

12:46-18:51

27 আগষ্ট 2025

বুধবাৰ

17:00-18:43

28 আগষ্ট 2025

বৃহস্পতিবাৰ

06:28-12:34,

14:53-18:27

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

ছেপ্তেম্বৰ 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

03 ছেপ্তেম্বৰ 2025

বুধবাৰ

09:51-16:33

04 ছেপ্তেম্বৰ 2025

বৃহস্পতিবাৰ

07:31-09:47,

12:06-18:11

24 ছেপ্তেম্বৰ 2025

বুধবাৰ

06:41-10:48,

13:06-18:20

27 ছেপ্তেম্বৰ 2025

শনিবাৰ

07:36-12:55

অক্টোবৰ 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

02 অক্টোবৰ 2025

বৃহস্পতিবাৰ

07:42-07:57,

10:16-16:21,

17:49-19:14

04 অক্টোবৰ 2025

শনিবাৰ

06:47-10:09,

12:27-17:41

08 অক্টোবৰ 2025

বুধবাৰ

07:33-14:15,

15:58-18:50

11 অক্টোবৰ 2025

শনিবাৰ

09:41-15:46,

17:13-18:38

24 অক্টোবৰ 2025

শুক্ৰবাৰ

07:10-11:08,

13:12-17:47

26 অক্টোবৰ 2025

দেওবাৰ

14:47-19:14

31 অক্টোবৰ 2025

শুক্ৰবাৰ

10:41-15:55,

17:20-18:55

নৱেম্বৰ 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 নৱেম্বৰ 2025

শনিবাৰ

07:04-08:18,

10:37-15:51,

17:16-18:50

02 নৱেম্বৰ 2025

দেওবাৰ

10:33-17:12

07 নৱেম্বৰ 2025

শুক্ৰবাৰ

07:55-12:17

09 নৱেম্বৰ 2025

দেওবাৰ

07:10-07:47,

10:06-15:19,

16:44-18:19

23 নৱেম্বৰ 2025

দেওবাৰ

07:21-11:14,

12:57-17:24

30 নৱেম্বৰ 2025

দেওবাৰ

07:42-08:43,

10:47-15:22,

16:57-18:52

সন্তানৰ কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

ডিচেম্বৰ 2025 ৰ বাবে উপনয়ন মুহুৰ্ত

তিথি

বাৰ 

মুহুৰ্ত

01 ডিচেম্বৰ 2025

সোমবাৰ

07:28-08:39

05 ডিচেম্বৰ 2025

শুক্ৰবাৰ

07:31-12:10,

13:37-18:33

06 ডিচেম্বৰ 2025

শনিবাৰ

08:19-13:33,

14:58-18:29

21 ডিচেম্বৰ 2025

দেওবাৰ

11:07-15:34,

17:30-19:44

22 ডিচেম্বৰ 2025

সোমবাৰ

07:41-09:20,

12:30-17:26

24 ডিচেম্বৰ 2025

বৃহস্পতিবাৰ

13:47-17:18

25 ডিচেম্বৰ 2025

শুক্ৰবাৰ

07:43-12:18,

13:43-15:19

29 ডিচেম্বৰ 2025

বুধবাৰ

12:03-15:03,

16:58-19:13

কি হয় উপনয়ন সংস্কাৰ?

2025 উপনয়ন মুহুৰ্ত অনুসৰি উপনয়ন সংস্কাৰ হৈছে এনে এক সংস্কাৰ যাৰ অধীনত বালকক লগুন পিন্ধোৱা হয়। এই সংস্কাৰক যজ্ঞোপৱীত বা লগুন দিয়নি সংস্কাৰৰ নামেৰে জনা যায়। উপনয়নৰ অৰ্থৰ ক্ষেত্ৰত দেখা যায় ‘উপ’হৈছে উপসৰ্গ আৰু নয়ন মানে হৈছে লৈ যোৱা অৰ্থাৎ গুৰুৰ ওচৰলৈ লৈ যোৱা। এই পৰম্পৰা প্ৰাচীন কালৰেপৰাই চলি আহিছে আৰু ইয়াৰ পালন বৰ্তমান সময়তো কৰা হয়। লগুনত তিনিডাল সূতা থাকে আৰু এই তিনিডাল সূতাক ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 2025 উপনয়ন মুহুৰ্ত অনুসৰি, এই সংস্কাৰক বিধি-বিধানপূৰ্বক কৰাৰ ফলত শিশুৱে শক্তি, দীপ্ততা আৰু বল প্ৰাপ্ত কৰে। লগতে, বালকৰ মনত আধ্যাত্মিকতাৰ ভাৱ জাগ্ৰত হয়।

हिंदी में पढ़ने के लिए यहां क्लिक करें: 2025 उपनयन मुर्हत

উপনয়ন সংস্কাৰৰ সময়ত এই নিয়মসমূহৰ প্ৰতি ৰাখক

2025 উপনয়ন মুহুৰ্ত অনুসৰি ধৰ্মশাস্ত্ৰত উপনয়ন সংস্কাৰৰ সৈতে জড়িত কিছুমান নিয়মৰ বৰ্ণনা কৰা হৈছে যিবোৰৰ প্ৰতি এই সংস্কাৰ কৰাৰ সময়ত মনোযোগ ৰাখিব লাগে। আহক তেনেহ’লে এই নিয়মসমূহ নো কি সেই বিষয়ে জানো।

  • 2025 উপনয়ন মুহুৰ্ত প্ৰৱন্ধৰ মতে বালকৰ উপনয়ন বা লগুন দিয়নি সংস্কাৰ যিটো দিনত আয়োজন কৰা হয়, সেই দিনা যজ্ঞও কৰা উচিত।
  • এই যজ্ঞত বালক (যাৰ লগুন দিয়নি সংস্কাৰ পতা হৈছে) সমন্বিতে পৰিয়ালৰ সকলো লোকে অংশগ্ৰহণ কৰাটো অত্যন্ত আৱশ্যকীয়।
  • 2025 উপনয়ন মুহুৰ্ত প্ৰৱন্ধৰ মতে যি বালকৰ উপনয়ন সংস্কাৰ সম্পন্ন কৰা হৈছে তেওঁক নিচিলোৱা বস্ত্ৰ আৰু ডিঙিত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰোৱাব লাগে। এই অনুষ্ঠানত বালকে হাতত দণ্ড এডাল ল’ব লাগে আৰু ভৰিত খৰম পিন্ধিব লাগে। 
  • যি লগুন বালকে পিন্ধে সেইডাল হালধীয়া ৰঙৰ হয় যিডাল গুৰু দীক্ষাৰ সময়ত পৰিধান কৰোৱা হয়।
  • 2025 উপনয়ন মুহুৰ্ত অনুসৰি ব্ৰাহ্মণৰ লগুন দিয়নি সংস্কাৰ 8 বছৰ বয়সত হয় আনহাতে ক্ষত্ৰিয়ৰ 11 বছৰ বয়সত হয়। বৈশ্যসকলৰ এই সংস্কাৰ 12 বছৰ বয়সত হয়।

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেকুৱা ধৰণৰ আৰু অধিক প্ৰৱন্ধৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ

সঘনাই সোধা প্ৰশ্ন:

1. 2025 উপনয়ন মুহুৰ্ত অনুসৰি 2025 বৰ্ষৰ জানুৱাৰী মাহৰ কোনকেইটা তাৰিখ উপনয়ন সংস্কাৰৰ বাবে উপযুক্ত?

2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 1, 2, 4, 8, 11, 15, 18, 19, 30, 21 তাৰিখ নামকৰণ সংস্কাৰৰ বাবে উপযুক্ত।

2. উপনয়ন সংস্কাৰৰ আন এটা নাম কি?

উপনয়ন সংস্কাৰৰ আন এটা নাম হৈছে লগুন দিয়নি।

3. 2025 উপনয়ন মুহুৰ্ত অনুসৰি ব্ৰাহ্মণৰ উপনয়ন বা লগুন দিয়নি সংস্কাৰ কিমান বছৰ বয়সত হয়?

ব্ৰাহ্মণৰ লগুন দিয়নি সংস্কাৰ 8 বছৰ বয়সত হয়।

4. 2025 উপনয়ন মুহুৰ্ত অনুসৰি বৈশ্যৰ উপনয়ন বা লগুন দিয়নি সংস্কাৰ কিমান বছৰ বয়সত হয়?

বৈশ্যসকলৰ লগুন দিয়নি সংস্কাৰ 12 বছৰ বয়সত হয়

More from the section: Horoscope